
ৰঞ্জু হাজৰিকাৰ 'আহত সৰ্পৰ দংশন' কিতাপখনত অবিশ্বাস আৰু ষড়যন্ত্ৰৰ বৈচিত্ৰমূলক ঘটনাৰ ৰোমাঞ্চকৰ সমাবেশ ঘটিছে। ইয়াৰ পাতে পাতে আছে উৎকন্ঠা, শিহৰণ আৰু অসাধাৰণ কৌশলৰ লোমহৰ্ষক ঘটনা। কাহিনীৰ কেন্দ্ৰস্থলত আছে মহাকাল, যি অপৰাজেয়, অদ্ভুত ব্যক্তিত্বৰে যি লাখ লাখ মানুহৰ হৃদয় জয় কৰিব পাৰে, যি সহজেই আঁতৰাই দিব পাৰে অপৰাধীৰ ক'লা মুখ।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
6,99 €