
মানুহৰ জীৱনটোৱেই যেন এখন অট'গ্ৰাফ! জীৱনৰ যাত্ৰাপথত এনে কিছু ব্যক্তি লগ পোৱা যায় যিয়ে আমাৰ মনৰ মাজত গভীৰ ৰেখাপাত কৰে। জীৱন প্ৰাত্যহিকতাত ডুবি থাকিলেও তেনে ব্যক্তিৰ স্মৃতিয়ে হঠাতে কেতিয়াবা মনলৈ আহি মানুহক লৈ যায় চিন্তাৰ অন্য জগতলৈ। জনপ্ৰিয় সাহিত্যিক তথা সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ 'অট'গ্ৰাফ' এইবাৰ শুনক তেওঁৰেই কন্ঠত, একমাত্ৰ ষ্টৰীটেলত।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
9,99 €