
দাশৰথি, অৰ্থাৎ দশৰথ ৰজাৰ পুত্ৰ ৰামচন্দ্ৰ। সেই দাশৰথিৰ পদচিহ্ন বিচাৰি ঘূৰি ফুৰা কেইজনমান মুষ্টিমেয় মানুহ, যি সকলক কোৱা হয় ৰামায়ণ মণ্ডলী। এই ৰামায়ণ মণ্ডলীৰ গুৰি ধৰোঁতা শাস্ত্ৰী মহাৰাজ। সময়ৰ লগে লগে বাঢ়ি যায় ৰামায়ণ মণ্ডলীৰ পৰিয়াল। দাশৰথিৰ পদচিহ্ন বিচাৰি এই মণ্ডলীয়ে ভ্ৰমণ কৰি ফুৰে অনেক ঠাই। কোনোবা ৰৈ যায়, কোনোবা চিৰদিনৰ কাৰণে হেৰাই যায়। কিন্তু একে ভাগেই থাকে নে এই মণ্ডলী? শাস্ত্ৰী মহাৰাজৰ সপোনৰ মণ্ডলীৰ শেষলৈ কি হয়গৈ? ৰামায়ণ মণ্ডলীত চামিল হোৱা কমলা দেৱী নামৰ নাৰী গৰাকীৰ উদ্দেশ্য সফল হ'লগৈ নে? মাধৱানন্দৰ কি হ'ল? আৰু ৰ'জমেৰীৰ? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক জ্ঞানপীঠ বঁটা বিজয়িনী প্ৰথিতযশা সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ উপন্যাস 'দাশৰথিৰ খোজ'।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
9,99 €
Ab 7,42 €