
ল'ৰাটোৰ নাম ধোন্দা। পিতৃহাৰা সৰু ল'ৰাটোৱে এদিন এটা জোঁকাৰণিত চক খাই সাৰ পাই উঠে। মাকে কয় সেইয়া ভূঁইকপ। পিছদিনা সমনীয়াই তাৰ ভূঁইকঁপৰ কথা শুনি ফিচিঙা-ফিচিঙি কৰে। মনটোত আউল লাগে তাৰ। দুদিনমান পিছত তাক এৰি গুচি যায় মাক। অকলশৰীয়া ল'ৰাটোক মোমায়েকে লৈ যায়। তাৰ জীৱনটোৱে মূৰ সলাই। কালক্ৰমত সি হৈ পৰে আই থানৰ এজন দেওধাই। অথচ সৰুতে অনুভৱ কৰা সেই ভূঁইকঁপে এৰা নিদিয়ে তাক। কিন্তু কেনেকৈ? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰথিতযশা গল্পকাৰ অপূৰ্ব শৰ্মাৰ গল্প 'ধোন্ দা'
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
2,99 €