
প্ৰখ্যাত লেখক ৰঞ্জু হাজৰিকাৰ 'দহন' এখন সামাজিক উপন্যাস।কাহিনীভাগ আগবাঢ়িছে বহু হেঁপাহেৰে মাক-দেউতাকে গাঁওৰ পৰা চহৰলৈ পঢ়িবলৈ পঠিওৱা এহাল ল'ৰা ছোৱালীক লৈ- কিদৰে ছোৱালী জনীয়ে চহৰৰ জাক জমকতাত ভোল গৈ কিছু অসৎ সংগত পৰি বদ অভ্যস আৰু ড্ৰাগ্চ আদি সেৱণ কৰি জীৱন বিপদাপন্ন কৰি তোলে আৰু ল'ৰা জনে অনিচ্ছাকৃতভাৱেই কিদৰে যুৱ-উশৃংখলতা,দূৰ্নীতিৰ বিপক্ষে মাত মাতি বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজত সোমাই পৰি তাৰ মোকাবিলা কৰে।আৰু শেষত দুষ্টৰ লগত একতা আৰু সততা কিদৰে জয়ী হয় তাকেই এই উপন্যাস খনত কোৱা হৈছে। সম্পূৰ্ণ কাহিনীভাগ জানিবলৈ ষ্টৰীটেলৰ যোগেদি শুনক ৰঞ্জু হজৰিকাৰ উপন্যাস 'দহন' ।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
9,99 €