
অতিকৈ চহকী ব্যৱসায়ী দুজন যমজ ভাতৃ দেৱব্ৰত আৰু জ্ঞানব্ৰত। এটা চোৰাং মাৰণাস্ত্ৰ সৰবৰাহকাৰী দলৰ দ্বাৰা দুয়োজন ভাতৃ বিপদৰ মুখামুখি হয়। অনুসন্ধানকাৰী পুলিচ বিষয়াসকল আৰু প্ৰাইভেট ডিটেকটিভ সকলে ঘটনাৰ শুংসুত্ৰ বিছাৰি এক ৰোমাঞ্চকৰ অনুসন্ধান চলায়। দেৱব্ৰত আৰু জ্ঞানব্ৰতৰ মাজৰ পাৰ্থক্যটো কোনে চিনিলে? দুয়োজন যমজ ভাতৃ কি কি সমস্যাৰ সন্মুখীন হ'ল? মাৰণাস্ত্ৰ সৰবৰাহকাৰী দলটোৰ কি পৰিণতি হ'ল আৰু কেনেকৈ? কোন কোন নাৰী জড়িত এই কাহিনীটোত? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাব অসমীয়া সাহিত্যৰ ৰহস্যসম্ৰাট ৰঞ্জু হাজৰিকাৰ 'হাজাৰ সাপৰ বিষ' উপন্যাসত, একমাত্ৰ 'ষ্টৰীটেল'ত ।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
2,99 €
Ab 9,99 €