
অৰণ্যৰ মাজৰ কোৱাটাৰত থকা দুজন বন বিষয়া আৰু তেওঁলোকৰ পৰিবাৰ। কৰ্তব্যত সদাব্যস্ত বিষয়া দুজন যিদৰে অৰণ্যৰ ৰূপত মোহিত হয় ঠিক সেইদৰে মোহ যাব নোৱাৰে এজন বিষয়াৰ পত্নী। সৌভাগ্যক্ৰমে তেওঁলোকৰ মাজলৈ আহে এজন সাহিত্যিক। হাঁহি, আনন্দৰ মাজেৰে পাৰ হোৱা সময়বোৰে জীপাল কৰি তোলে পৰিয়াল দুটাক। কিন্তু সময়ৰ তাগিদাৰ বাবে হওঁক বা অন্য কাৰণতে হওঁক তেওঁলোকৰ পৰা বিদায় লয় সাহিত্যিকে। তাৰ পিছতে কাহিনীয়ে মূৰ সলায়। হিংস্ৰ জীৱ জন্তুতকৈও যে ভয়াবহ শ্বাপদ হ'ব পাৰে মানুহ নামৰ জীৱবিধ তাৰ জীৱন্ত দলিল এই কাহিনী। এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ উপন্যাস 'কালগহ্বৰ'।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
6,99 €
Bester Preis
Ab 24,00 €