
অজান আততায়ীৰ হাতত অকালতে প্ৰাণ হেৰুওৱা এগৰাকী নাৰী লিজা। পিছে এই লিজা কোন? কোনে হত্যা কৰিলে লিজাক? লিজাৰ হত্যাকাৰীক ব্লেকমেইলিং কৰা শ্যাম মৰিচ কোন? কোন আছিল নিৰঞ্জন বৰগোহাঁই। কোনে কি কাৰণত তেওঁক আৰু তেওঁৰ পৰিয়ালক হত্যা কৰিলে? প্ৰফেচনেল কিলাৰ দিপংকৰ আৰু তাৰ সহযোগী অনল। শেষত কি হ'লগৈ দিপংকৰ আৰু অনলৰ? পিতৃহন্তাৰ ওপৰত ভয়ঙ্কৰ প্ৰতিশোধৰ কাহিনী। কাহিনীৰ পৃষ্ঠাই পৃষ্ঠাই আছে ভয়ঙ্কৰ মৃত্যুৰ নিষ্ঠুৰ, নিষ্পেষণ, হিমশীতল অনুভৱে শৰীৰ কঁপাই তোলা ঘন ৰহস্যৰ নিখাদ কাহিনী.. এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ ৰহস্য উপন্যাস 'ক্ষুধাতুৰ শগুণ'।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
2,99 €
Ab 38,30 €