
গাঁৱৰ ল'ৰা চন্দন। পিতৃৰ মৃত্যুৰ পিছত ঘৰখন চলাবলৈ বুলি ওলাই আহে ঘৰৰ পৰা। সম্বন্ধীয় মোমায়েক এজনে তাক কামত লগাবলৈ লৈ আহে। চহৰত আহি সি লগ পাই দীপকক। দীপকৰ লগত কথা পাতি সি কেবল কানেকচন দিয়া কাম আৰম্ভ কৰে আৰু লাহে লাহে সি দীপকৰ আপোন হৈ পৰে। মাথোঁ দীপকেই নহয় সি আপোন হৈ পৰে দীপকৰ ঘৰখনৰো। এদিন দীপকৰ ভনী মাইনাৰ মুখেৰে তাৰ শ্ৰদ্ধাৰ দীপু দাৰ জীৱনৰ কথাবোৰ শুনি দীপকৰ প্ৰতি তাৰ সন্মান দুগুণে বাঢ়ে। সেই দীপু দাৰ বাইকৰ পিছৰ ছিটত এদিন সি আবিস্কাৰ কৰে জোনালীক। তাৰ পিছতে কথাবোৰ সলনি হয়। সি সিদ্ধান্ত লয় কাম এৰি গুচি যোৱাৰ। কিন্তু কিয়? দীপু দা আৰু জোনালীৰ দুৰ্ঘটনা কেনেকৈ হ'ল? সেই খবৰ পাই শান্তিৰে জানো বহি থাকিব পাৰিব চন্দন? দীপু দা তাৰ জীৱনৰ আপোন মানুহ আৰু জোনালী? দুখ, সুখ, ত্ৰিকোন প্ৰেমৰ এক কাহিনী। এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰথিতযশা গল্পকাৰ অপূৰ্ব শৰ্মাৰ গল্প 'নাপাই সুখী অজলা ল'ৰাৰ সাধু'।
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
2,99 €
* Affiliate-Link — kein Mehrpreis für dich.
Bester Preis
Ab 13,37 €