
'অলপ চিন্তা অলপ গদ্য' হৈছে জ্নপ্ৰিয় কথাশিল্পী তথা সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা লিখিত কেতবোৰ প্ৰবন্ধ, গল্প, সাতসৰীৰ সম্পাদকীয় তথা ৰাইজৰ অভিমতসমূহৰ সংকলন। আজিৰ আধুনিক সভ্যতাই মানুহৰ মন আৰু চিন্তাৰ মাজত নিত্য নতুন আৱৰ্জনা প্ৰতি মূহুৰ্ততে সিঁচি দিছে। 'অলপ চিন্তা অলপ গদ্য' এনে আৱৰ্জনা আঁতৰোৱাৰ সামান্য চেষ্টা।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
9,99 €