
এবাৰ এজনী ৰাণীৰ পেটত উপজিল এটা ঔ-টেঙা।ৰজাৰ ভয়ত ৰাণীয়ে সেইটো চুৱাপাতনিত দলিয়ালে। পিছে কি হব! ৰাতি হ'লেই ঔ-টেঙা বাগৰি আহি ৰাণীৰ কাষ পায়। এদিন ৰাতি ৰাণীয়ে সাৰে থাকি মনে মনে চাই থাকি দেখে যে ঔ-টেঙাৰ ভিতৰৰ পৰা অপেশ্বৰীৰ নিচিনা ধুনীয়া ছোৱালী এজনী ওলাই আহিছে। তাৰ পিছত কি হ'ল বাৰু? আহাচোন শুনো চেতনা দাস আইতাৰ মাতত!
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
2,99 €
Ab 8,61 €