
সাহিত্য অকাদেমি বঁটাপ্ৰাপ্ত কথাশিল্পী অৰূপা পটংগীয়া কলিতাৰ গল্প মানেই সামাজিক মানুহ, সমাজে আঁতৰ কৰা মানুহ। মানুহৰ একাকীত্ব, স্বাৰ্থপৰতা, ক্ৰমশঃ বিলীয়মান মানবীয়তা, পাৰিবাৰিক সম্পৰ্ক ইত্যাদি বিভিন্ন সমস্যাক আবেগেৰে প্ৰকাশ কৰা ১৪ টা ভিন্নস্বাদৰ গল্পৰ সমষ্টি । এই গল্পসমূহত কি আছে জানিবলৈ ষ্টৰীটেলৰ যোগেদি শুনক 'পানী গাভিনী আছিল আৰু অন্যান্য'।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
9,99 €
Ab 10,00 €