
বিশ্ব-ব্ৰহ্মাণ্ডই শিৱলৈ মুৰ দোঁৱায়.. আমিশ ত্ৰিপাঠীৰ অতিশয় জনপ্ৰিয় ত্ৰিলজী 'শিৱ ত্ৰয়োবৃত্ত'ৰ দ্বিতীয় খণ্ড 'দ্য চিক্ৰেট অব্ দ্য নাগছ'ৰ স্বাসৰূদ্ধকৰ কাহিনী পাঠ এইবাৰ শুনক জনপ্ৰিয় কণ্ঠশিল্পী তথা গীতিকাৰ মৈত্ৰেয়ী পাটৰৰ কণ্ঠত। অসমীয়া অনুবাদ সাহিত্য অকাদেমি বঁটাপ্ৰাপ্ত অনুবাদক বিপুল দেউৰীৰ।
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
17,99 €
Ab 15,00 €