
মাক চিলনী জীয়েক মানুহ। জীয়েকক চিলনীয়ে সদাগৰলৈ বিয়া দিলে। পিছে চিলনী মাকে ডাঙৰ-দীঘল কৰা জীয়েকে মানুহৰ ধৰণ-কৰণ নাজানে। 'আগলতি কলাপাত ল'ৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে'- এনেকৈ আয়েকক মাতি জীয়েকে সহায় পাই আছিল। পিছে এদিন চিলনী নহা হ'ল। জীয়েকে মাতেহে মাতে, চিলনী নাহে। কি হ'ল চিলনীৰ? আহাচোন সাধুটো শুনো আমাৰ সকলোৰে মৰমৰ চেতনা দাস আইতাৰ মাতত!
* Affiliate-Link — kein Mehrpreis für dich.
Sortiert nach Gesamtpreis inkl. Versand, sofern verfügbar.
Weitere Werke desselben Verfassers.
Bester Preis · bücher.de
2,99 €
Ab 9,99 €